GREEN PAGES

Article

পৰিৱেশ সংৰক্ষণত কৃষকৰ ভূমিকা

পাকিজা ইয়াছমিন
ভোলাঝাৰ হাইস্কুল, উপৰখুটি (বাক্সা)
নৱম শ্ৰেণী

আমাৰ অন্নদাতা কৃষকসকলে আমাৰ দেশৰ আৰ্থিক (উন্নয়নৰ) বিকাশৰ ক্ষেত্ৰত যুগ যুগ ধৰি ভূমিকা পালন কৰি আহিছে। কৃষকসকলে বিশেষকৈ গাঁও অঞ্চলত কৰ্ম সংস্থাপনৰ সৃষ্টি কৰি আহিছে। তেখেতসকলেই আমাৰ খাদ্যৰ চাহিদা পূৰণ কৰি আহিছে।

Copy link
Powered by Social Snap